5✍ইলিয়াছ✍
পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে, মই লৈ আহিছো এহেজাৰ এটা যুক্তি । । কিয় কৰিম ভয়, কালৈ কৰিম ভয়, ভাল লাগিলে ভাল পাও বুলি কমেই । বৰ বেছি কিনো হব, লাথ খাম আৰে ভাই লাথেই যদি পোৱা নাই খাই লাইফত কিনো পালা খাই । এক ৰোল, চাওমিন, চিকেন-ফ্ৰাই-ড্ৰাইচ । ধুৰ মোৰনো কি মাজে মাজে লাথ খোৱা হবি, চলাৰ গুদাম খুলি চাই যাবা বুকুত মোৰ আছে কিমান চাপ্পলৰ দাগ । বহুতে ভাৱে আমি ফাল্টু (FULTU) ল'ৰা, আজি এজনীৰ বাবে পাগল কাইলৈ অন্য এজনী । হায় ৰে হায় প্ৰথম জনীক পালে জানো দ্বিতীয় জনীক চাওঁ আৰু গোলাপ ফুল ভাল লাগে বাবে আমি কি তগৰফুলৰ পিনে চাবও নাপায় , আৰু নাহৰ ফুল ভাল পালো বাবেই আমি কি খৰিকাজাইৰ সুগন্ধক দুৰ্গন্ধ বুলি কম । যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰহে থাকে এনে ফিল'চফী(PHILOSOPHY). আমিতো বহল মনৰ মানুহ ভাল লাগে যাকে তাকে যতে ততে কলেজত, চিটিবাছত অথবা বিয়াসভাহঁত । আমাৰ চকুততো সকলোৱে পৰে ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভঙা মাত, প্ৰিতিজিন্দাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পৰে । হেয়াৰ স্টাইল( HAIR STYLE ), কফি খোৱাৰ ভংগিমা ইত্যাদি ইত্যাদি । । । ঈশ্বৰ নাজানো তোমাক কত আছা প্ৰভু, আমিয়ে কাৰো কেলকুলেচন (CALCULATION ) ত নাহো । দুখ নকৰিবা বন্ধু যিবোৰ ছোৱালীয়ে আমাক ভাল নাপালে তাৰ বাবে আমাক আফচচ কৰিবলগীয়া কিনো আছে । এক ৰাতি ম'দ খাম আড্ডা দিম চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ । । সময় আহিব এদিন আফচচ কৰিব লাগিব তেওঁলোকে আমাৰ দৰে যে প্ৰেমিক পাইও হেৰুৱালে । । । (এই ছোৱালী আকৌ এবাৰ ভাবি চাবা নেকি ??? )
No comments:
Post a Comment