Showing posts with label তোমাৰ চকুযুৰি ইমান সুন্দৰ. Show all posts
Showing posts with label তোমাৰ চকুযুৰি ইমান সুন্দৰ. Show all posts

Monday, 30 May 2016

হেৰাই যাওঁ মই

✍ইলিয়াছ হাছান✍

তোমাৰ চকুযুৰিলে মই যেতিয়াই চাও

মই মুগ্ধ হৈ পৰো তোমাৰ চকুৰ নীলাখনিত

মই হেৰাই যাওঁ তোমাৰ নীলিম চকুৰ মাজত

বিচাৰি নাপাওঁ নিজকে

এক অদ্ভুত অনুভুতিয়ে আৱৰি ধৰে মোক

একে সময়তে তোমাৰ মৃদুস্মিতা

হাঁহিটিয়ে জীপাল কৰি তোলে মোক

তেতিয়া মই নিজক হেৰুৱাই

ডুব যাওঁ তোমাৰ মাজত

এনেবোৰ অনুভুতিয়ে বাৰুকৈয়ে আমনি কৰে মোক

যেতিয়া মই তোমাৰ ছবিখনলৈ চাওঁ