প্ৰিয়তমা তোমালৈ

☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍

Friday, 12 January 2018

status video

By Ilias Hasan at January 12, 2018 No comments:
Newer Posts Older Posts Home
Subscribe to: Comments (Atom)

My Facebook profile

Pages

  • Home

Report Abuse

Search This Blog

Blog Archive

  • ►  2024 (1)
    • ►  September (1)
  • ►  2019 (15)
    • ►  November (1)
    • ►  March (14)
  • ▼  2018 (3)
    • ►  September (1)
    • ►  July (1)
    • ▼  January (1)
      • status video
  • ►  2017 (23)
    • ►  December (3)
    • ►  November (3)
    • ►  October (4)
    • ►  September (2)
    • ►  August (5)
    • ►  July (5)
    • ►  May (1)
  • ►  2016 (52)
    • ►  December (3)
    • ►  November (1)
    • ►  October (2)
    • ►  September (4)
    • ►  August (6)
    • ►  July (12)
    • ►  June (9)
    • ►  May (8)
    • ►  April (7)
  • ►  2015 (23)
    • ►  December (17)
    • ►  August (6)

Search This Blog

Subscribe Here

follow me on twitter

  • facebook
  • twitter

my twitter

Tweets by imiliashasan

প্ৰি়য়তমা তোমালৈ

☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । ।
✍✍✍ইলিয়াছ হাছান✍✍✍

About Me

Ilias Hasan
View my complete profile

Contact Form

Name

Email *

Message *

subscribe to

Posts
Atom
Posts
All Comments
Atom
All Comments

Followers

ilias hasan

ilias hasan
ilias hasan

Labels

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

my photo

my photo
ilias

me

me
ilias hasan

Label

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

Categories

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

Translate

Popular Posts

  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
    মৰমৰ প্ৰিয়তমা, মৰম লবা । আশা কৰো তুমি কুশলে আছা । প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ...
  • ❤প্ৰেমৰ বিষয়ে একলম❤
    লাইফৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা হৈছে যে আটাইতকৈ মধুৰ সুখবোৰ আৰু আটাইতকৈ বিষাদ যন্ত্ৰণা তথা আঘাট যি আঘাট মন বা হৃদয়ে পায় সেই সকলোবোৰ...
  • Assam SEBA HSLC Exam Results 2019 and Assam AHSEC HSSLC 2019 Results
    The Secondary Education Board of Assam (SEBA) and the Assam Higher Secondary Education Council (AHSEC) will announce the Assam Board...

Popular Posts

  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
  • বৰষুণৰ কবিতা
  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
  • নীলা খামৰ চিঠি
  • প্ৰেমৰ বিষয়ে
Ilias hasan. Watermark theme. Powered by Blogger.