প্ৰিয়তমা তোমালৈ

☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍

Friday, 12 January 2018

status video

By Ilias Hasan at January 12, 2018 No comments:
Newer Posts Older Posts Home
Subscribe to: Posts (Atom)

My Facebook profile

Pages

  • Home

Report Abuse

Search This Blog

Blog Archive

  • ►  2024 (1)
    • ►  September (1)
  • ►  2019 (15)
    • ►  November (1)
    • ►  March (14)
  • ▼  2018 (3)
    • ►  September (1)
    • ►  July (1)
    • ▼  January (1)
      • status video
  • ►  2017 (23)
    • ►  December (3)
    • ►  November (3)
    • ►  October (4)
    • ►  September (2)
    • ►  August (5)
    • ►  July (5)
    • ►  May (1)
  • ►  2016 (52)
    • ►  December (3)
    • ►  November (1)
    • ►  October (2)
    • ►  September (4)
    • ►  August (6)
    • ►  July (12)
    • ►  June (9)
    • ►  May (8)
    • ►  April (7)
  • ►  2015 (23)
    • ►  December (17)
    • ►  August (6)

Search This Blog

Subscribe Here

follow me on twitter

  • facebook
  • twitter

my twitter

Tweets by imiliashasan

প্ৰি়য়তমা তোমালৈ

☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । ।
✍✍✍ইলিয়াছ হাছান✍✍✍

About Me

Ilias Hasan
View my complete profile

Contact Form

Name

Email *

Message *

subscribe to

Posts
Atom
Posts
All Comments
Atom
All Comments

Followers

ilias hasan

ilias hasan
ilias hasan

Labels

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

my photo

my photo
ilias

me

me
ilias hasan

Label

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

Categories

  • Assamese
  • Biography
  • Hacking tricks
  • Results announcement
  • Tech
  • Upcoming Movies
  • অসমীয়া কবিতা(ইলিয়াছ হাছান)
  • এটি মিছা সপোন দেখিছিলো
  • তোমাৰ চকুযুৰি ইমান সুন্দৰ
  • নীলা খামৰ চিঠি
  • প্ৰিয়তমালৈ
  • প্ৰেম
  • প্ৰেমৰ চিঠি
  • বিকালীয়ানত এটি পল

Translate

Popular Posts

  • বৰষুণৰ কবিতা
    ✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️ প্ৰতি,      প্ৰিয়তমা, আজি এজাক বৰষুণ অহাৰ কথা বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম লিখিম শুকান পাতৰ যৌৱন হে...
  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
    মৰমৰ প্ৰিয়তমা, মৰম লবা । আশা কৰো তুমি কুশলে আছা । প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ...
  • বিষাদৰ মাজতে জীৱন
    "বিষাদৰ মাজতে জীৱন" জীৱন শব্দটো সঁচায়ে ভাল লগা অনুভৱ।এই জীৱনক লৈ যে আমাৰ ক’ত কিমান আয়োজন। জীৱনৰ মধুৰতা ক’ত লুকাই থাকে সেইয়া ম...

Popular Posts

  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
  • প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি
  • বৰষুণৰ কবিতা
  • বিষাদৰ মাজতে জীৱন
  • নীলা খামৰ চিঠি
Ilias hasan. Watermark theme. Powered by Blogger.